ref_audio audioduration (s) 0.1 27.9 | tts_text stringlengths 1 454 | tts_audio audioduration (s) 0.1 27.9 | speaker stringclasses 614 values |
|---|---|---|---|
মই লঘু আহাৰ জলপান কেক অর্ডাৰ কৰিব বিচাৰোঁ আপুনি মোক সেই শ্রেণীত কি কি উপলব্ধ সকলোখিনি দেখুৱাব পাৰিবনে | S4257030300334803 | ||
মই চোৱা কিছুমান বিখ্যাত নৃত্য ইউটিউব চেনেল বা টিভি অনুষ্ঠান যেনে ডান্স ইণ্ডিয়া ডান্স যোনটো কি আপোনাৰ জি টিভি চেনেলত দিয়ে | S4256079300390926 | ||
আৰু ধৰিলওক ইউটিউব ক'বলে গ'লে মই ইউটিউব চাই খুবেই ভাল পাওঁ মই চোৱা ইউটিউব চেনেলসমূহ কিছুমান হৈছে ষ্টে ষ্টাইলিছ উইথ সংগীতা | S4256079300390926 | ||
কিছুমান ইণ্টাৰভিউ চেনেলবিলাকো আছে মই আপোনাৰ যোনবিলাক | S4256079300390926 | ||
খাদ্য ৰেচিপিবিলাক যোনবোৰ আপোনাৰ চেয়াৰ কৰে সেইবিলাক ইউটিউব চেনেল যেনে | S4256079300390926 | ||
ষ্টে ষ্টাইলিছ ফুকন মাইনা এইবিলাকো মই খুবেই গ্ৰহণ কৰোঁ সেইবিলাকো মই খুবেই চাওঁ খুবেই ভাল পাওঁ চাইকেনে মই আচলতে নিজৰ | S4256079300390926 | ||
ৰুচিসমূহ ক'বলৈ গ'লে নৃত্য বাহিৰে বেলেগেবোৰ যেনে খাদ্য বনোৱা বা সেইবিলাকত মোৰ বহুত ৰুচি তো সেইবাবে মই ইউটিউব বা এনেকৈ টিভি অনুষ্ঠান খুবেই চাই থাকোঁ | S4256079300390926 | ||
হেল্ল' | S4256216600306779 | ||
হয় কওঁকচোন | S4256216600306779 | ||
হয় মই টুৰিষ্ট | S4256216600306779 | ||
গাইড এজনে কলোঁ বাৰু কওঁকচোন | S4256216600306779 | ||
হয় হয় হয় | S4256216600306779 | ||
হয় কেতিয়াকে আহিব বাৰু | S4256216600306779 | ||
ঠিক আছে | S4256216600306779 | ||
আচ্ছা আপুনি কলাক্ষেত্ৰ চাবৰ কাৰণে বুকিং কৰিছিল নেকি বাৰু | S4256216600306779 | ||
আচ্ছা আচ্ছা বাকী আপুনি আহিব কালিৰ কাৰণে বুকিং আছে আপোনাৰ ন | S4256216600306779 | ||
আচ্ছা আহক আপুনি আপুনি কিহত আহিব ট্ৰেইনেৰে আহিবনে ফ্লাইটেৰে আহিব আপুনি | S4256216600306779 | ||
নে বাছত আহিব | S4256216600306779 | ||
আচ্ছা বাছেৰে আহিব আপুনি ন আহি আপুনি ক'ত নামিব খানাপাৰা নে পল্টনবজাৰত | S4256216600306779 | ||
আচ্ছা তাৰ পিছত | S4256216600306779 | ||
একচুৱেলি আপুনি যদি আপোনাৰ যদি নিজৰ থাকিবলৈ যদি ব্যৱস্থা আছে | S4256216600306779 | ||
তেতিয়াহ'লে আপুনি একোমোদেচনটোৰ কাৰণে কিবা এটা কৰক ৰাতিপুৱাতে নহ'লে যদি আপুনি বিচাৰে আমাৰ গাড়ী পঠিয়াব লাগে আমি গাড়ী পঠিয়াই দিম আৰু আমাৰ অলপ ফ্ৰেছ হ'বৰ কাৰণে যদি আপোনাক হোটেল লাগে তাৰ ব্যৱস্থা কৰি দিয়া হ'ব তাৰ পিছত আপুনি ধৰক | S4256216600306779 | ||
অলপ ফ্ৰেচ চেচ হৈ ৰাতিপুৱা কিবা ব্ৰেকফাষ্ট কৰাৰ পিছত আমি ওলাই যাম আপোনাৰ কাৰণে গাড়ী দিয়া হব মইও যাম লগতে | S4256216600306779 | ||
আপোনাক কলাক্ষেত্ৰত যিমানখিনি চাবলগীয়া বস্তু আছে সেইবোৰ আপোনাক দেখাম আৰু লগতে লগতে আৰু আশে পাশে থকা বস্তুবোৰো আপোনাক দেখাম | S4256216600306779 | ||
কেনেকুৱা হ'ব বস্তুটো | S4256216600306779 | ||
নাই আমাৰ আমাৰ ধুনীয়া হোটেল আপোনাৰ একদম ধুনীয়া হোটেল | S4256216600306779 | ||
থ্ৰী ষ্টাৰ ফ'ৰ ষ্টাৰ হোটেল পাব আপুনি | S4256216600306779 | ||
ধুনীয়া হোটেল বুক কৰা হ'ব বুক বুক বুক কৰা হ'ব | S4256216600306779 | ||
আপুনি একো অসুবিধা নাপায় | S4256216600306779 | ||
আপুনিটো অকলে থাকিব তেতিয়াহলে ফ'ৰ ষ্টাৰ গাড়ীখনকে পঠিয়াম আমি | S4256216600306779 | ||
কম্ফৰটেবল হ'ব চাগে | S4256216600306779 | ||
নাই নাই একো নাই অসুবিধা নাই একো নাই একো প্ৰব্লেম নাই | S4256216600306779 | ||
নাই আপুনি আপুনি কম্প্লেইন কৰাৰ একো সুবিধা নাপায় আপোনাক যিমান পাৰোঁ আমি মানে কম্ফৰটেবল চিটুৱেচনত ৰাখিবলৈ চেষ্টা কৰিম | S4256216600306779 | ||
অ'কে অ'কে অ'কে অ'কে ঠিক আছে কালি লগ পাই আছোঁ অঁ | S4256216600306779 | ||
মোবাইল নম্বৰ নাইন জিৰ' টু নাইন ছেভেন নাইন নাইন থ্ৰী ওৱান ছিক্স টু ব্যৱহাৰ কৰি ই পি এফ অ' প'ৰ্টেলত লগ ইন কৰক আৰু | S4259524500389946 | ||
ইউ এ এন নম্বৰ থ্ৰী ফ'ৰ ফ'ৰ ছিক্স এইট ফ'ৰ | S4259524500389946 | ||
ছিক্স টু ফাইভ টু ছেভেন ওৱান ব্যৱহাৰ কৰি মোৰ ই পি এফ অ' পাছবুকৰ ষ্টেটমেণ্ট বিচাৰি উলিয়াওক | S4259524500389946 | ||
সুখী | S4256046900303309 | ||
হেল্ল' | S4257785100356760 | ||
অ বা কোৱা | S4257785100356760 | ||
গম পাওঁ বাৰু | S4257785100356760 | ||
ৰাতিপুৱা অলপ সোনকালে যাব লাগিব চাকি টাকি দিবগৈ লাগিব নহয় | S4257785100356760 | ||
আঠটা মান বজাত যাম বুলি ভাবিছোঁ | S4257785100356760 | ||
নাম কেইটা দহটা এঘাৰটা মানৰ পৰা আৰম্ভ হ'ব আৰু সিমান টাইমলৈকে যাম একেলগে যাম নহ'লে তুমি ওলাব পাৰিবা নাই সিমান টাইমত | S4257785100356760 | ||
ঠিক আছে নহ'লে একেলগতে ওলাই দিম তুমি আঠটা মান বজাত ওলাই দিবা | S4257785100356760 | ||
ভাওনা চাবগৈ লাগিব এপাক | S4257785100356760 | ||
অ ভাওনা আমাৰ ভাইটিয়ে লৈছে কৃষ্ণ পাৰ্টটো | S4257785100356760 | ||
আৰু আমাৰ বৰ্তাৰ ল'ৰা এজনেও লৈছে গাৱঁৰে ল'ৰা গোটেইখিনি বাহিৰৰ ল'ৰা তেনেকৈ অহা নাই বাৰু | S4257785100356760 | ||
তুমিও যাবা নহয় চাবলৈ ভাওনা | S4257785100356760 | ||
অ অ | S4257785100356760 | ||
ভাওনা নটা চাৰে নটা মানৰ পৰা হ'ব আৰু ৰাতি | S4257785100356760 | ||
অ বাৰটা এটা মানলৈকে চাম আৰু তাৰপিছত গুছি আহিম | S4257785100356760 | ||
অ পইচা পাতি পাৰিলে দুটকামান লৈ ল'বা খোৱাব লাগিব নহয় কিবা এটা | S4257785100356760 | ||
অ | S4257785100356760 | ||
ঠিক আছে বাৰু ফোন কৰিবা ওলোৱাৰ টাইমত | S4257785100356760 | ||
ৰন্ধাৰ সময়ত মই সাধাৰণতে সাৱধানতা বুলি ক'লে মই ৰান্ধিবলৈ যিখনি বস্তু প্ৰয়োজন হয় সেই বস্তুখিনি মই আগতীয়াকৈ গোটাই লওঁ যেনে মাংস ৰান্ধিবলৈ হ'লে মছলা জলা ইত্যাদি বস্তুবিলাক তেল নিমখ সকলোখিনি ওচৰত আনি লওঁ | S4258092200342479 | ||
পিঁয়াজ চিয়াজ য যতনাই লৈহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ নহ'লে এটা বস্তু ৰান্ধিবলৈ লৈ তেলখিনি দিয়াৰ পিছত পিঁয়াজ বিচাৰিবলৈ গ'লে পাছত পিঁয়াজখিনি জ্ৱলি যাব সেয়েহে মই ৰান্ধোঁতে বহুত গোটেইকিটা বস্তু গোটাই লৈহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ | S4258092200342479 | ||
আৰু যদি মাংস চাংস ৰান্ধিব মাংস চাংস থাকোঁতে মাংসত বোলে গাহৰি মাংস ৰান্ধিছোঁ তেতিয়া তাত মই বাঁহগাজ দিও খাব পাৰোঁ ৰান্ধিব পাৰোঁ সেয়াও গাজ চাজ আনি যোগাৰ কৰি লওঁ আৰু নহয় বোলে বাঁ হেৰি বাঁহগাজৰ নিদো | S4258092200342479 | ||
ঔ টেঙা দিও ঔ টেঙা দিও ৰান্ধি গাহৰি মাংস খাব পাৰোঁ তেনেদৰে বস্তুখিনি মুঠতে গোটাই জমা কৰি লৈহে মই ৰান্ধিবলৈ লওঁ আৰু মই পৰাপক্ষত ৰন্ধা সময়ত এপ্ৰ'ন এটা পিন্ধি লওঁ এপ্ৰ'ন নেথাকিলেও গামোচাখন হ'লেও গাত দি লওঁ তেতিয়া অগত তেল নপৰে হালধি নেলাগে | S4258092200342479 | ||
মোৰ জম্মু আৰু কাশ্মীৰ গ্রামীণ বেংকৰ ৰুপে কার্ডখন ট'কেনাইজ্ড পে'মেণ্টৰ বাবে পঞ্জীয়ন কৰিবলৈ কিউআৰ ক'ডটো স্কেন কৰক | S4259048000376944 | ||
আমাৰ যিবিলাক চাকৰিয়াল সেইবিলাক মানে সেইখিনি মানুহৰ কাৰণে যেতিয়া অৱসৰ ল'ব অৱসৰ লোৱাৰ পিছত সাধাৰণতে | S4259607200384281 | ||
আমাৰ এটা পেঞ্চনৰ ব্যৱস্থা হয় পেঞ্চনটো মানে এনেকুৱা যাতে মানুহজনে চাকৰিটোৰ | S4259607200384281 | ||
পৰা অৱসৰ লোৱাৰ পিছত যাতে তেখেতে জীৱিত কাললৈ বা তেখেতৰ মানে পৰিবাৰৰ জীৱিত কাললৈ যাতে কিছু সকাহ পায় | S4259607200384281 | ||
গতিকে সেই সেই সকাহটো দিয়াৰ কাৰণে এইটো এটা ব্যৱস্থা আৰু এই ব্যৱস্থাটোত কি হয় গতিকে এনেকুৱা মানুহ মোৰ ক্ষেত্ৰত মই বহুত পাইছোঁ | S4259607200384281 | ||
ব্যৱস্থাটো এনেকুৱা তেখেতে যেতিয়া চাকৰি কৰি থাকে কৰ্মৰত অৱস্থাত তেখেতৰ যিমানখিনি দৰমহা আকাৰে যিমানখিনি পইচা পায় তাৰে কিছুমান | S4259607200384281 | ||
কিছু বস্তু কটা যায় ঠিক মানে এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট মানে লাষ্ট মাহৰ তেখেতে অৱসৰ পোৱাৰ লাষ্ট মাহত | S4259607200384281 | ||
তেখেতে যিমান দৰমহা পায় তাৰে এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট তেখেতক অৱসৰৰ পিছত দি দিয়ে আৰু সেই টকাখিনিৰে তেখেতে পিছৰ যিখিনি জীৱিত কালত সেইখিনি খুব সুন্দৰকৈ | S4259607200384281 | ||
চলিব পাৰে গতিকে এই ব্যৱস্থাটো এটা খুবেই ভাল এই প্ৰক্ৰিয়াটো হ'ল কি চৰকাৰৰ | S4259607200384281 | ||
মানে পেঞ্চ এই ৰিটায়াৰ্ড হোৱাৰ পিচত মানে অৱসৰ পোৱাৰ পিছত এইটো বিভিন্ন ধৰণৰ কিছু কিছু মানে এলাউন্স কাটা যায় কিন্তু মই সেইকাৰণে কৈছোঁ এপ্ৰক্সিমেট ফিফ্টি পাৰ্চেণ্ট তেখেতে লাষ্ট মান্থৰ দৰমহাৰ এই পইচাটো পায় আৰু ধুনীয়াকৈ চলি যাব পাৰে | S4259607200384281 | ||
এটা পৰিয়ালত পুৰুষ মহিলাৰ ভূমিকা সাধাৰণতে নিৰ্দিষ্টকৈ নিৰ্ণয় কৰিব নোৱাৰি | S4259556500394220 | ||
পুৰুষ আৰু মহিলাৰ নিৰ্দিষ্ট ভূমিকা আছে বুলিও ক'ব নোৱাৰি কিয়নো | S4259556500394220 | ||
এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ উভয়ৰে সহযোগতে ঘৰখন চলে ঘৰখন নিয়াৰিকৈ পৰিচালিত হয় পুৰুষ | S4259556500394220 | ||
সাধাৰণতে উপাৰ্জনকাৰী হয় বাহিৰত কাম কৰে ব্যৱসায়ীয়েই হওক বা চাকৰিয়ালেই হওক | S4259556500394220 | ||
তেওঁলোকে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়ে ঘৰখন নিয়াৰিকৈ চলায় পাকঘৰৰ কাম কাজখিনি তেওঁ নিয়াৰিকৈ চলাই যায় বা ল'ৰা ছোৱালী চোৱা চিতা কৰাত ঘৰখনৰ | S4259556500394220 | ||
যাৱতীয় কাম কাজবোৰ কৰা আদি কামবোৰ কৰে কিন্তু এটা কথা ক'ব লাগিব যে | S4259556500394220 | ||
পুৰুষেই যে অকল উপাৰ্জনকাৰী হয় তেনে কথা নহয় মহিলাও উপাৰ্জনকাৰী হয় আৰু কেতিয়াবা সেই পৰিয়ালটোৰ পুৰুষজন উপাৰ্জনকাৰী নহয় তেতিয়াহ'লে কিন্তু | S4259556500394220 | ||
পুৰুষগৰাকীয়ে পাকঘৰৰ কামখিনি কৰিবলগীয়া হয় বা ঘৰখনৰ কামখিনি কৰিবলগীয়া হয় | S4259556500394220 | ||
বা ল'ৰা ছোৱালীৰ চোৱা চিতাৰ দায়িত্বখিনিও পুৰুষজনৰ হয় | S4259556500394220 | ||
গতিকে পুৰুষৰ নিৰ্দিষ্ট ভূমিকা বা মহিলাৰ নিৰ্দিষ্ট ভূমিকা বুলি আমি নিৰ্দিষ্ট ভূমিকা নিৰ্ণয় কৰিব নোৱাৰোঁ | S4259556500394220 | ||
আদিম সমাজত সাধাৰণতে মহিলাসকলে ঘৰৰ কাম কাজখিনি কৰে ল'ৰা ছোৱালীৰ চোৱা চিতা ঘৰৰ যাৱতীয় কাম কাজ কৰা পাকঘৰৰ ৰন্ধা বঢ়া আদি কামখিনি কৰা এইখিনি সকলোখিনি দায়িত্ব মহিলাৰ ওপৰতেই পৰিছিল আৰু | S4259556500394220 | ||
পুৰুষসকলে খেতি বাতি কৰা বা কোনো ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত আছিল অৰ্থাৎ পুৰুষগৰাকীয়ে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়ে ঘৰখনৰ চোৱা চিতাৰ দায়িত্বখিনি কৰে | S4259556500394220 | ||
কিন্তু বৰ্তমান দেখা যায় মহিলা মহিলাসকলো উপাৰ্জন উপাৰ্জন কৰিবলৈ লৈছে কোনো ব্যৱসায়ৰ সৈতে হওক বা কোনো | S4259556500394220 | ||
চাকৰিৰ সৈতে হওক মহিলাসকলো জড়িত হৈ পৰিছে আৰু সেয়ে মহিলাসকলো ঘৰৰ পৰা বাহিৰত ওলাই যাবলগীয়া হয় | S4259556500394220 | ||
আৰু তেনেক্ষেত্ৰত কিন্তু পুৰুষগৰাকীয়ে ঘৰৰ দায়িত্ব ল'বলগা হয় যদিহে পুৰুষগৰাকী ঘৰতে থকা হয় | S4259556500394220 | ||
কিন্তু পুৰুষ আৰু মহিলা দুয়োগৰাকী যদি ঘৰৰ পৰা বাহিৰত ওলাই যাবলগীয়া হয় বা দুয়োগৰাকী যদি ব্যৱসায়ী বা চাকৰিয়াল হয় | S4259556500394220 | ||
তেতিয়া কিন্তু পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে ঘৰৰ সকলোবোৰ কাম নিয়াৰিকৈ | S4259556500394220 | ||
চলাই নিয়ে পাকঘৰৰ কামেই হওক ল'ৰা ছোৱালীৰ চোৱা চিতা কামেই হওক ঘৰৰ ভিতৰ আৰু বাহিৰৰ যাৱতীয় কাম কাজেই হওক দুয়ো মিলি জুলি কামখিনি সম্পাদন কৰি পৰিয়ালটো চলাই চলাই যায় | S4259556500394220 | ||
মহিলাসকল কেৱল ঘৰৰ চোৱা চিতা দায়িত্বত থকা বা পাকঘৰৰ দায়িত্বত থকা বুলিয়েই মানুহৰ মাজত যি এটা ধাৰণা আছে সেই ধাৰণাটো বৰ্তমান সলনি হৈছে মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে পঢ়া শুনাৰ দিশত হওক | S4259556500394220 | ||
বা কৰ্মৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতেই মহিলাসকল আগবাঢ়ি গৈছে শিক্ষিত হৈ চাকৰি কৰিছে কোনো ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে যি কামেই নহওক কিয় মহিলাসকলে কৰিছে | S4259556500394220 | ||
তেওঁলোকে এনেই বহি থকা নাই আৰু সেয়ে মহিলাসকলে আগতে যেনেকৈ ঘৰৰ কাম কাজবোৰ নিয়াৰিকৈ সম্পাদন কৰিছিল বা পাকঘৰৰ কামবোৰ যেনেকৈ নিয়াৰিকৈ সম্পাদন কৰিছিল | S4259556500394220 | ||
সেই কামখিনিৰ ক্ষেত্ৰত হয়তো অলপ যতি পৰিব পাৰে কিয়নো তেওঁলোক যিহেতু বাহিৰত কামৰ কাৰণে ওলাই যাব লগা হয় গতিকে | S4259556500394220 | ||
মহিলাসকলে অকল ঘৰৰ কাম কাজ কৰিয়েই নাথাকে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ সৈতেও জড়িত হৈ পৰে আৰু তেওঁলোকেও টকা উপাৰ্জনকাৰী হিচাপে চিহ্নিত হৈছে | S4259556500394220 | ||
পুৰুষৰ সমানে সমানে মহিলাসকলো আগবাঢ়ি গৈছে | S4259556500394220 | ||
তেনেকৈ পুৰুষসকলে যে পাকঘৰৰ কাম কাজ কৰিব নালাগে বা পুৰুষেই যে পাকঘৰৰ কাম কাজ নকৰে তেনে কথা নহয় | S4259556500394220 | ||
পুৰুষেও পাকঘৰৰ কাম কাজখিনি কৰে ল'ৰা ছোৱালীক চোৱা চিতাৰ দায়িত্ব পালন কৰে আৰু ঘৰৰ ভিতৰৰ বাহিৰৰ সকলো যাৱতীয় কাম সম্পাদন কৰে | S4259556500394220 | ||
গতিকে পুৰুষৰ কাম পৃথক বা মহিলাৰ কাম পৃথক বুলি আমি ক'ব নোৱাৰোঁ | S4259556500394220 | ||
পুৰুষ আৰু মহিলা উভয়ৰে কাম নিৰ্দিষ্ট কৰি পোৱাতো আমাৰ কাৰণে সম্ভৱ নহয় পুৰুষে যি কাম কৰে মহিলাইও সেই কাম কৰে বা কৰিব পাৰে মহিলাই যি কাম কৰে সেই কাম পুৰুষে কৰাত কোনো ধৰণৰ বাধা নাই | S4259556500394220 | ||
বা মহিলাই কৰা কামখিনিও পুৰুষে কৰে আৰু কৰি আছে | S4259556500394220 | ||
পুৰুষো পুৰুষো ৰান্ধনি হিচাপে স্বীকৃতি লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰুষে ৰান্ধনি হিচাপে স্বীকৃতি লাভ কৰিছে আৰু মহিলায়ো | S4259556500394220 | ||
কিন্তু পাইলট হিচাপে বা তেওঁলোকো ভাল বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰিছে গতিকে পুৰুষৰ সমানে সমানে মহিলাও আগবাঢ়ি গৈছে | S4259556500394220 |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 184